শ্ৰমিকৰ বাবে চৰকাৰৰ ওচৰত এহেজাৰ কোটি আছেঃ মন্ত্ৰী কিষাণ

ইতিমধ্যে ২.৮৯ লাখ শ্ৰমিক পৰিয়ালক দুহেজাৰ টকাকৈ প্ৰদান কৰা হৈছে বুলিও তেওঁ সদৰী কৰে ৷