ৰাজস্থানৰ নালত মিগ 21 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

ৰাজস্থানৰ নালত মিগ 21 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত

ৰাজস্থানৰ নালত মিগ 21 যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত । নিয়মিয়া মিছনৰ সময়ত বিকানিৰ ওচৰত নালত দুৰ্ঘটনাত পতিত হয় বিমান খন । দুৰ্ঘটনাৰ পাছত পাইলট জন নিৰাপদে নামি আহিবলৈ সক্ষম হয় বুলি প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াই প্ৰকাশ কৰিছে । দুৰ্ঘটনাৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই বুলি প্ৰকাশ কৰিছে যদিও চৰাইৰ ফলত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে । দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত অনুসন্ধান কৰা হব বুলি প্ৰকাশ কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com