Begin typing your search above and press return to search.

যোৰহাট মেডিকেল কলেজ হাস্পতালৰ নিবিদা আহ্বান

যোৰহাট মেডিকেল কলেজ হাস্পতালৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Aug 2020 2:10 PM GMT

যোৰহাট মেডিকেল কলেজ হাস্পতালে কৱিড-১৯ ৰ চিকিত্সাৰ সৈতে জড়িত হাস্পতালৰ বিভিন্ন সামগ্ৰী যেনে ঔষধ, অস্ত্ৰোপচাৰৰ সামগ্ৰী, চিকিত্সা সঁজুলী আদি য়োগানৰ বাবে অৰ্হতাসম্পন্ন ঠিকাদাৰৰ পৰা বন্ধ খামত নিবিদা আহ্বান কৰিছে। এই নিবিদা নথিত ৮.২৫ টকা(আঠ টকা পঁচিশ পইচা)ৰ কৰ্ট ফী লগাব লাগিব। নিবিদা ০৩-০৯-২০২০ৰ দুপৰীয়া ১২ বজাৰ ভিতৰত জমা দিব লাগিব। নিবিদাকাৰীৰ অৰ্হতা, চৰ্তাৱলীকে ধৰি সবিশেষ জানিবলৈ www.jorhatmedicalcollege.in. চাওক।

স্বাক্ষৰঃ অধীক্ষক, যোৰহাট মেডিকেল কলেজ হাস্পতাল।

Next Story