যোৰহাট মেডিকেল কলেজ হাস্পতালৰ নিবিদা আহ্বান

যোৰহাট মেডিকেল কলেজ হাস্পতালৰ নিবিদা আহ্বান
Published on

যোৰহাট মেডিকেল কলেজ হাস্পতালে কৱিড-১৯ ৰ চিকিত্সাৰ সৈতে জড়িত হাস্পতালৰ বিভিন্ন সামগ্ৰী যেনে ঔষধ, অস্ত্ৰোপচাৰৰ সামগ্ৰী, চিকিত্সা সঁজুলী আদি য়োগানৰ বাবে অৰ্হতাসম্পন্ন ঠিকাদাৰৰ পৰা বন্ধ খামত নিবিদা আহ্বান কৰিছে। এই নিবিদা নথিত ৮.২৫ টকা(আঠ টকা পঁচিশ পইচা)ৰ কৰ্ট ফী লগাব লাগিব। নিবিদা ০৩-০৯-২০২০ৰ দুপৰীয়া ১২ বজাৰ ভিতৰত জমা দিব লাগিব। নিবিদাকাৰীৰ অৰ্হতা, চৰ্তাৱলীকে ধৰি সবিশেষ জানিবলৈ www.jorhatmedicalcollege.in. চাওক।

স্বাক্ষৰঃ অধীক্ষক, যোৰহাট মেডিকেল কলেজ হাস্পতাল।     

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com