Begin typing your search above and press return to search.
সামগ্ৰী যোগানৰ বাবে ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নৰ নিবিদা আহ্বান


ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নত নিম্নোক্ত সামগ্ৰী যোগানৰ বাবে বন্ধ নিবিদা আহ্বান কৰা হৈছে। নিবিদা নথিত ৮.২৫ টকাৰ অ-প্ৰত্যৰ্পিত আদালতৰ মাচুলৰ মোহৰ লগাব লাগিব।
যোগান ধৰিবলগা সামগ্ৰীঃ কম্পিউটাৰ সামগ্ৰী, ছিনটেক্স, বৈদ্যুতিক সামগ্ৰী, ফেটিগ ইম্প্লিমেণ্টছ, প্লাষ্টিকৰ চকী আৰু টেবিল চিলিং আৰু ষ্টেণ্ড।
যোগান ধৰিলগা স্থানঃ ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নৰ লখিমপুৰৰ লীলাবাৰীস্থিত অধিনায়কৰ কাৰ্যালয়ত।
নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ৰ পৰা নিবিদা নথি সংগ্ৰহ কৰিব পাৰিব।
নিবিদা নথি গ্ৰহণৰ শেষ তাৰিখঃ ০৮-১০-২০২০-ৰ ১১ বজা আৰু একেদিনাই ১২ বজাত মুকলি কৰা হব।
স্বাক্ষৰঃ
অধিনায়ক, ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়ন, লীলাবাৰী, লখিমপুৰ।
Next Story