লামডিংস্থিত দ্বিতীয় এ পি টি এফ বেটেলিয়নৰ নিবিদা আহ্বান

লামডিংস্থিত দ্বিতীয় এ পি টি এফ বেটেলিয়নৰ নিবিদা আহ্বান

হোজাইৰ লামডিংস্থিত দ্বিতীয় এ টি পি এফ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ে মুধচৰ পেইণ্টিং সামগ্ৰী (Roof paint meterials)যোগানৰ বাবে বন্ধ নিবিদা আহ্বান কৰিছে ৷ নিবিদাত ৮.২৫ টকাৰ আদালতৰ মাচুলৰ মোহৰ লগাব লাগিব ৷ নিবিদা অহা ১৬ ছেপ্টেম্বৰৰ দিনৰ এক বজাত মুকলি কৰা হ'ব ৷ নিবিদা মুকলিৰ সময়ত নিবিদাকাৰী বা তেওঁলোকৰ প্ৰতিনিধি উপস্থিত থাকিব পাৰিব ৷ আদালতৰ মাচুলৰ মোহৰ নলগোৱা আৰু নিৰ্দিষ্ট তাৰিখতকৈ পাছত পোৱা নিবিদা গ্ৰহণ কৰা নহ'ব ৷

১) নিবিদা কলমেৰে অথবা টাইপ কৰি লিখিব লাগিব। কোনো শুধৰণী কৰিলে নিবিদাকাৰীয়ে তাৰিখসহ স্বাক্ষৰ কৰিব লাগিব ৷

২) সৰ্বনিম্ন নিৰিখৰ নিবিদা গ্ৰহণ কৰিবলৈ নিম্নোক্ত স্বাক্ষৰকাৰী বাধ্য নহ'ব ৷

৩) নিম্নোক্ত স্বাক্ষৰকাৰীৰ হকে এন এছ চি বা ক'ল ডিপ'জিট ৰিচিটযোগে ১০০০টকাৰ আমানত ধন জমা দিব লাগিব ৷

স্বাক্ষৰঃ অধিনায়ক

দ্বিতীয় এ টি পি এফ বেটেলিয়ন, লামডিং,

জিলাঃ হোজাই, নগাঁও।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com