Top
Begin typing your search above and press return to search.

ফ্লাড লাইট যোগানৰ বাবে অসম বিদ্যুৎ উৎপাদন কোম্পানীৰ নিবিদা আহ্বান

তেজপুৰৰ টি এণ্ড টি চক্ৰৰ অধীনত ফ্লাড লাইট যোগানৰ বাবে তেজপুৰ টি এণ্ড টি চক্ৰৰ উপ-মহা প্ৰৱন্ধকে বন্ধ নিবিদা আহ্বান কৰিছে ৷

ফ্লাড লাইট যোগানৰ বাবে অসম বিদ্যুৎ উৎপাদন কোম্পানীৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Sep 2020 2:48 PM GMT

কামৰ সম্পূৰ্ণ বিৱৰণঃ ১০০ৱাট আৰু ৫০ৱাটৰ ফ্লাড লাইট যোগান ৷

আনুমাণিক মূল্যঃ ৮, ৪২, ১৩৬টকা ৷

আমানতৰ ধনঃ ১৭হেজাৰ টকা ৷

নিবিদা মূল্যঃ ১০০০টকা ৷

নিবিদা নথি যোগানঃ ২২-০৯-২০২০ৰ দুপৰীয়া ২বজালৈকে সকলো কৰ্মদিনত ৷

নিবিদা নথি গ্ৰহণঃ সকলো কৰ্মদিনত অহা ২২ ছেপ্টেম্বৰৰ ১৬বজালৈকে ৷

নিবিদা নথি নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয় বা www. aegcl.co.inৰ পৰা ডাউনল'ড কৰিব পাৰিব ৷

Next Story