ফ্লাড লাইট যোগানৰ বাবে অসম বিদ্যুৎ উৎপাদন কোম্পানীৰ নিবিদা আহ্বান

তেজপুৰৰ টি এণ্ড টি চক্ৰৰ অধীনত ফ্লাড লাইট যোগানৰ বাবে তেজপুৰ টি এণ্ড টি চক্ৰৰ উপ-মহা প্ৰৱন্ধকে বন্ধ নিবিদা আহ্বান কৰিছে ৷
ফ্লাড লাইট যোগানৰ বাবে অসম বিদ্যুৎ উৎপাদন কোম্পানীৰ নিবিদা আহ্বান

কামৰ সম্পূৰ্ণ বিৱৰণঃ ১০০ৱাট আৰু ৫০ৱাটৰ ফ্লাড লাইট যোগান ৷

আনুমাণিক মূল্যঃ ৮, ৪২, ১৩৬টকা ৷

আমানতৰ ধনঃ ১৭হেজাৰ টকা ৷

নিবিদা মূল্যঃ ১০০০টকা ৷

নিবিদা নথি যোগানঃ ২২-০৯-২০২০ৰ দুপৰীয়া ২বজালৈকে সকলো কৰ্মদিনত ৷

নিবিদা নথি গ্ৰহণঃ সকলো কৰ্মদিনত অহা ২২ ছেপ্টেম্বৰৰ ১৬বজালৈকে ৷

নিবিদা নথি নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয় বা www. aegcl.co.inৰ পৰা ডাউনল'ড কৰিব পাৰিব ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com