বিভিন্ন কামৰ বাবে এ পি জি চি এলৰ নিবিদা আহ্বান

বিভিন্ন কামৰ বাবে এ পি জি চি এলৰ নিবিদা আহ্বান
Published on: 

অসম শক্তি উত্পাদন নিগম লিমিটেড(এ পি জি চি এল), গুৱাহাটীয়ে আভ্যন্তৰীণ পানী যোগান, অনাময় ব্যৱস্থা আৰু আৱৰ্জনা নিষ্কাষণ ব্যৱস্থা মেৰামতিৰ বাবে নিবিদা আহ্বান কৰিছে।

নিবিদা জাননী নম্বৰঃ Tender Notice No. 01 of 2020-21 of DGM, INV. CIRCLE, APGCL

কামৰ স্থানঃ ডিমা হাছাওৰ লংকোৰ নতুন কলনী এল কে এইচ ই পিস্থিত আসাম টাইপ ইঞ্জিনীয়াৰ্ছ হোষ্টেল আৰু মাণ্ডলিক অট্টালিকা।

নিবিদা আৰম্ভণীৰ দিনঃ ১৬-০৯-২০২০।

নিবিদাৰ অন্তিম দিনঃ ২২-০৯-২০২০ৰ দিনৰ এক বজা।

নিবিদা মুকলিৰ তাৰিখঃ ২২-০৯-২০২০ৰ দিনৰ ২ বজা।

অধিক তথ্য www.apgcl.org-ত উপলব্ধ কৰা হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com