বোট এম্বুলেন্স যোগানৰ বাবে দুৰ্যোগ উপশম কৰ্তৃপক্ষৰ নিবিদা আহ্বান

অসম ৰাজ্যিক দুৰ্যোগ উপশম কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়াই বোট এম্বুলেন্স যোগানৰ বাবে নিবিদা আহ্বান কৰিছে।
বোট এম্বুলেন্স যোগানৰ বাবে দুৰ্যোগ উপশম কৰ্তৃপক্ষৰ নিবিদা আহ্বান
Published on

দুৰ্যোগ উপশম কৰ্তৃপক্ষৰ মুখ্য অভিযন্তাই এই নিবিদা দুটা ভাগত ক্ৰমে কাৰিকৰী আৰু বিত্তীয় ভাগত নিবিদা আহ্বান কৰিছে। এই নিবিদাকাৰী মূল নিৰ্মাতা বা কৰ্তৃত্বশীল ডীলাৰ হব লাগিব আৰু এবছৰৰ ব্যাপক ৱাৰেণ্টি দিব লাগিব। তদুপৰি চাৰি বছৰৰ বাৰ্ষিক চোৱাচিতা কাম কৰিব লাগিব।

সম্পূৰ্ণ নিবিদা নথি https://assamtenders.gov.in-ত পাব। 

নিবিদা প্ৰক্ৰিয়াঃ

১. নিবিদা নথি উপলব্ধ হৈছেঃ ২৫ আগষ্ট, ২০২০ৰ পৰা।
২. নিবিদা নথি জমা দিয়াৰ অন্তিম তাৰিখঃ ১৫ছেপ্টেম্বৰ, ২০২০।

৩. নিবিদা মুকলিৰ তাৰিখ আৰু সময়ঃ ১৬ ছেপ্টেম্বৰ, ২০২০ৰ দিনৰ ১১ বজাত। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com