এল ই ডি ফ্লাড লাইট যোগানৰ বাবে ইলেক্ট্ৰিচিটী গ্ৰীড কৰ্পোৰেচনৰ নিবিদা আহ্বান

এল ই ডি ফ্লাড লাইট যোগানৰ বাবে ইলেক্ট্ৰিচিটী গ্ৰীড কৰ্পোৰেচনৰ নিবিদা আহ্বান

অসম ইলেক্ট্ৰিচিটী গ্ৰীড কৰ্প'ৰেচন(AEGCL)-ৰ পৰিচালন সঞ্চালকৰ হৈ ইয়াৰ যোৰহাটস্থিত উজনি অসম টি এণ্ড টি চাৰ্কোলৰ উপ-মহা প্ৰৱন্ধকে নিম্নোক্ত কামৰ বাবে তিনিমাহ ম্যাদ থকা বন্ধ নিবিদা বিচাৰিছে ৷

নিবিদাকাৰী প্ৰতিষ্ঠিত বৈদ্যুতিক ফাৰ্ম/ঠিকাদাৰ/যোগানদাতা/ডীলাৰ/বিতৰক/উৎপাদনকাৰী হ'ব লাগিব ৷ দুটা লেফাফা (কাৰিকৰী-বাণিজ্যিক ভাগৰ নিবিদা আৰু মূল্য ভাগৰ নিবিদা) জমা দিব লাগিব৷

কামৰ নামঃ ইউ এ টি এণ্ড টি চক্ৰৰ বিভিন্ন গ্ৰীড উপ-কেন্দ্ৰত ১০০ ৱাট আৰু ৫০ ৱাটৰ ফ্লাড লাইট যোগান।

নিবিদা নথিৰ মূল্য- ৫০০টকা।

নিবিদা নথি প্ৰদান আৰম্ভণীৰ তাৰিখঃ ০২-০৯-২০২০ৰ পুৱা ১০ বজাত। 

নিবিদা নথিৰ জমাঃ ১৬-০৯-২০২০ৰ দিনৰ ২ বজালৈকে।

নিবিদাৰ আমানতৰ ধনঃ ২৪ হেজাৰ টকা।

কাৰিকৰী-বাণিজ্যিক ভাগৰ নিবিদা মুকলিঃ ১৬-০৯-২০২০ৰ দিনৰ ২-৩০বজাত। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com