অসম ফিছাৰী উন্নয়ন নিগম লিমিটেডৰ নিবিদা আহ্বান

অসম ফিছাৰী উন্নয়ন নিগম লিমিটেডৰ নিবিদা আহ্বান

অসম ফিচাৰী উন্নয়ন নিগম লিমিটেড, গুৱাহাটীয়ে দুটা নিবিদা ভাগত অসম ফিচাৰী নিগম লিমিটেডৰ তালিকাভুক্ত/নামভুক্ত ঠিকাদাৰৰ পৰা চিভিল/যোগান কামৰ বাবে বন্ধ নিবিদা আহ্বান কৰিছে। এই কাম উক্ত নিগমৰ এছ অ পি ডি-অ ডি এছৰ অধীনত এফ ডি চি লিমিটেডৰ বিল ফিচাৰী উন্নয়নৰ দ্বাৰা মূলধনী সম্পদ সৃষ্টি আঁচনিৰ অধীনত হব।

এই নিবিদা ২৩-০৯-২০২০ৰ দিনৰ ২ -০০বজালৈকে গ্ৰহণ কৰা হব।

সবিশেষ জানিবলৈ এই নিগমৰ ৱেবছাইট www.afdc.assam.gov.in-চাব পাৰে।

নিবিদা পত্ৰৰ সবিশেষ, অৰ্হতা আৰু চৰ্তাৱলী আদি নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ৰ পৰা এহেজাৰ টকা জমা দি কাৰ্যালয় চলি থকাৰ সময়ত ২২-০৯-২০২০-ৰ দিনৰ ১ বজালৈকে সংগ্ৰহ কৰিব পাৰিব।

স্বাক্ষৰঃ

পৰিচালন সঞ্চালক,

অসম ফিচাৰী উন্নয়ন নিগম লিমিটেড ,

গুৱাহাটী-৩৬।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com