Begin typing your search above and press return to search.

সামগ্ৰী যোগানৰ বাবে অসম দক্ষতা উন্নয়ন মিছনৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Sep 2020 1:58 PM GMT


সংক্ষিপ্ত নিবিদা জাননী

গুৱাহাটীৰ গড়চুকস্থিত উত্তৰ-পূব দক্ষতা কেন্দ্ৰ(এন ই এছ চি)-ত সামগ্ৰী যোগানৰ বাবে বন্ধ নিবিদা আহ্বান কৰা হৈছে। নিবিদা চৰকাৰী বিভাগ, শৈক্ষিক অনুষ্ঠান, ব্যক্তিগত প্ৰতিষ্ঠানত সামগ্ৰী যোগানৰ অভিজ্ঞতা থকাসকলৰ পৰা উক্ত প্ৰতিষ্ঠানত টেকনিকেল ইণ্টাৰ্ণ ট্ৰেইনিং প্ৰগ্ৰামৰ বাবে আচবাব আৰু আহিলা যোগানৰ বাবে বিচৰা হৈছে।

অধিক জানিবলৈ https://asdm.assam.gov.in-চাওক।

Next Story