অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব'ৰ্ডৰ নিবিদা আহ্বান

অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব'ৰ্ডৰ নিবিদা আহ্বান
Published on: 

অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব'ৰ্ডে বহু মহলীয়া আৰ চি চি জি +৩ অট্টালিকা নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰিছে।

                                                                                                                    পুনঃনিবিদা জাননী

অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব'ৰ্ডে এই ব'ৰ্ডৰ তালিকাভুক্ত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ পৰা নিম্নোক্ত কামৰ বাবে পুনঃনিবিদা আহ্বান কৰিছে।

কামৰ মূল্যঃ ১,৫৩,৬৮,৪৯৭টকা।

কাম সম্পূৰ্ণ কৰাৰ সময়ঃ ২৪ মাহ।

স্বাক্ষৰঃ

আয়ুক্ত,

অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব'ৰ্ড

আৰ জি বৰুৱা ৰোড, গুৱাহাটী-০৫।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com