Begin typing your search above and press return to search.

গৃহ-পথ-নৰ্দমা নিৰ্মাণৰ বাবে বঙাইগাঁও পৌৰসভাৰ নিবিদা আহ্বান

গৃহ-পথ-নৰ্দমা নিৰ্মাণৰ বাবে বঙাইগাঁও পৌৰসভাৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Sep 2020 11:33 AM GMT

সংক্ষিপ্ত নিবিদা জাননী

বঙাইগাঁও পৌৰসভাৰ মুখ্য কাৰ্যবাহী বিষয়াই ২০২০-২১ত পঞ্চদশ বিত্ত আয়োগৰ অধীনত গৃহ, পথ আৰু নলা-নৰ্দমা মিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰিছে। এই কাম ১৪টা পেকেজৰ।

বঙাইগাঁও পৌৰসভাৰ অধীনত হবলগা এই কামৰ মূল্য ৩৬৪.০০ লাখ টকা। নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত সবিশেষ চাব পাৰে।

নিবিদা গ্ৰহণৰ শেষ তাৰিখ ২৪-০৯-২০২০ৰ বিয়লি দুই বজা।


স্বাক্ষৰঃ

মুখ্য কাৰ্যবাহী বিষয়া, বঙাইগাঁও পৌৰসভা।

Next Story