বিভিন্ন ধৰণৰ সামগ্ৰী যোগানৰ বাবে বি আই ই অ'ৰ নিবিদা আহ্বান

বিভিন্ন ধৰণৰ সামগ্ৰী যোগানৰ বাবে বি আই ই অ'ৰ নিবিদা আহ্বান

ষ্টেচনাৰী / কম্পিউটাৰ/ বৈদ্যুতিক আৰু অন্যান্য সামগ্ৰী যোগাৱৰ বাবে বি আই ই অ', গুৱাহাটীস্থিত অতিৰিক্ত সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ে বন্ধ খামত নিবিদা আহ্বান কৰিছে। এই যোগানৰ কাম ২০২০-২১ত হব। নিবিদা অহা ১৬ ছেপ্টেম্বৰৰ দিনৰ ২ বজালৈকে গ্ৰহণ কৰা হব আৰু উক্ত দিনা বিয়লি ৩ বজাত নিবিদাকাৰী অথবা তেওঁলোকৰ কৰ্তৃত্বশীল প্ৰতিনিধিৰ উপস্থিতিত মুকলি কৰা হব। সবিশেষ বি আই (ই অ) কাৰ্যালয়ত থকা জাননী বৰ্ডোত চাব পাৰে। অথবা বি আই ই অৰ গুলাহাটীস্থিত মুখ্য সহায়কৰ সৈতে যোগাযোগ কৰিব পাৰে।

স্বাক্ষৰঃ আৰক্ষী অধীক্ষক, বি আই ই অ, অসম, শান্তিপুৰ, গুৱাহাটী-৩২।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com