অনুবাদ সংস্থাসমূহৰ তালিকাভুক্তিকৰণৰ বাবে চি-ডেকৰ নিবিদা আহ্বান

অনুবাদ সংস্থাসমূহৰ তালিকাভুক্তিকৰণৰ বাবে চি-ডেকৰ নিবিদা আহ্বান

নিবিদা জাননী

অনুবাদ সংস্থাসমহূৰ তালিকাভুক্তিকৰণ( Empanelmentঃ০ৰ বাবে চি-ডেকে নিবিদা আহ্বান কৰিছে। আগ্ৰহী নিবিদাকাৰীয়ে www.cdac.in-ৰ পৰা নিবিদা নথি ডাউনলোড কৰিব পাৰে আৰু বন্ধ খামত নিবিদা জমা দিব পাৰে। নিবিদা নথিত উল্লেখ থকা ধৰণেৰে নিবিদা জমা দিব লাগিব।

আমানতৰ ধনঃ ৫,০০০টকা। এই ধন ডিমাণ্ড ড্ৰাফটযোগে চি-ডেকৰ হকে প্ৰেৰণ কৰিব লাগিব। ডিমাণ্ড ড্ৰাফট পুনেত ভঙাব পৰা হব লাগিব।

নিবিদা গ্ৰহণৰ শেষ তাৰিখ জানিবৰ বাবে www.cdac.in চাওক।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com