কাৰখানাসমূহৰ মুখ্য পৰিদৰ্শকৰ নিবিদা আহ্বান

কাৰখানাসমূহৰ মুখ্য পৰিদৰ্শকে নিম্নোক্ত সামগ্ৰী যোগান-স্থাপনৰ বাবে নিবিদা বিচাৰিছে।
কাৰখানাসমূহৰ মুখ্য পৰিদৰ্শকৰ নিবিদা আহ্বান
Published on

                                                                                                        নিবিদা জাননী

গুৱাহাটীৰ লখৰাৰ বেতকুচিস্থিত কাৰখানাসমূহৰ মুখ্য পৰিদৰ্শকৰ কাৰ্যালয়ত ব্ৰেণ্ডেড ডেস্কটপ কম্পিউটাৰ, প্ৰিণ্টাৰ, ভিডিঅ কনফাৰেন্সৰ সঁজুলি আদি যোগান আৰু স্থাপনৰ বাবে বন্ধ নিবিদা আহ্বান কৰা হৈছে। নিবিদাত ৮.২৫ টকাৰ আদালতৰ মাচুলৰ মোহৰ লগাব লাগিব।

বেতকুচিস্থিত এন পি এছ ইণ্টাৰনেচনেল স্কুলৰ ওচৰত অৱস্থিত কাৰখানাসমূহৰ মুখ্য পৰিদৰ্শকৰ কাৰ্য়ালয়ৰ পৰা কাৰ্যালয় চলি থকাৰ সময়ত বা www.ciflabour.assam.gov.inৃৰ পৰা নিবিদা সংগ্ৰহ কৰিব পাৰিব ।

নিবিদা গ্ৰহণৰ শেষ তাৰিখ আৰু সময় হৈছে অহা ২১ ছেপ্টেম্বৰৰ বিয়লি ৩ বজা। উক্ত দিনাই বিয়লি তিনি বজাত উক্ত কাৰ্যালয়ত নিবিদাকাৰীৰ উপস্থিতিত নিবিদা মুকলি কৰা হব ।

স্বাক্ষৰঃ কাৰখানাসমূহৰ মুখ্য পৰিদৰ্শক

এন পি এছ ইণ্টাৰনেচনেল স্কুল, বেতকুচি, গুৱাহাটী, লখৰা। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com