পৰীক্ষাগাৰ সামগ্ৰী যোগানৰ বাবে চিৰাং যক্ষ্মা কেন্দ্ৰৰ নিবিদা আহ্বান

পৰীক্ষাগাৰ সামগ্ৰী যোগানৰ বাবে চিৰাং যক্ষ্মা কেন্দ্ৰৰ নিবিদা আহ্বান
Published on

নিবিদা জাননী

নিবিদা জাননী প্ৰসংগ নম্বৰঃ CHR/DTC/RNTCP/LAB/2013/10/592, তাৰিখঃ ২৩. ০৯.২০২০।

পৰীক্ষাগাৰ সামগ্ৰী যোগানৰ বাবে নিবিদা বিচৰা হৈছে। নিবিদাত ৮.২৫টকাৰ ( আঠ টকা পঁচিশ পইচা)ৰ আদালতৰ মাচুলৰ মোহৰ লগাব লাগিব।

নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত ০৭-১০-২০২০ৰ দিনৰ ১ বজালৈকে নিবিদা গ্ৰহণ কৰা হব আৰু একেদিনাই বিয়লি ২ বজাত নিবিদা মুকলি কৰা হব। একেবাৰে সৰ্বনিম্ন নিৰিখৰ নিবিদা গ্ৰহণ কৰিবলৈ নিম্নোক্ত স্বাক্ষৰকাৰী বাধ্য নহয় আৰু কোনো কাৰণ প্ৰদৰ্শন নকৰাকৈ যিকোনো নিবিদা গ্ৰহণৰ বাতিলৰ অধিকাৰ তেওঁৰ থাকিব।

নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ৰ পৰা নিবিদাৰ অৰ্হতা আৰু চৰ্তাৱলী সংগ্ৰহ কৰিব পাৰিব।

স্বাক্ষৰঃ

জিলা যক্ষ্মা বিষয়া, জিলা যক্ষ্মা কেন্দ্ৰ, চিৰাং জে এছ বি হাস্পতাল, কলাইগাঁও, চিৰাং

মোবাইল ফোন নম্বৰঃ 84860-57172। ই-মেইল : dtoaschg@rntcp.org।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com