Top
Begin typing your search above and press return to search.

সঁজুলি যোগানৰ বাবে যোৰহাটস্থিত প্ৰতিৰক্ষা বাহিনীৰ ক্ষেত্ৰ বিষয়াৰ নিবিদা আহ্বান

সঁজুলি যোগানৰ বাবে যোৰহাটস্থিত প্ৰতিৰক্ষা বাহিনীৰ ক্ষেত্ৰ বিষয়াৰ  নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2020 3:07 PM GMT

ডি জি পি এছ আৰু জি পি এছসহ ই টি এছ যোগানৰ বাবে সক্ষম ফাৰ্ম/সংস্থা (যেতিয়াই প্ৰয়োজন হয় তেতিয়াই এনে সামগ্ৰীৰ ন্যূনতম দুটা ইউনিট যোগান ধৰিব পৰা)ৰ পৰা বন্ধ নিবিদা বিচৰা হৈছে ৷ এনে সামগ্ৰীৰ উপৰি অন্যান্য ব্যৱহৃত সঁজুলিৰ যোগানো বিচৰা হৈছে ৷

আগ্ৰহী নিবিদাকাৰীয়ে প্ৰতিৰক্ষা ক্ষেত্ৰ বিষয়া, যোৰহাট, ডাকঃ বৰভেটা, যোৰহাট-৭৮৫০০৫ এই ঠিকনাত অহা ২৪ছেপ্টেম্বৰৰ দুপৰীয়া ১২বজাৰ ভিতৰত নিবিদা জমা দিব পাৰে ৷


স্বাক্ষৰঃ প্ৰতিৰক্ষা ক্ষেত্ৰ বিষয়া ( ডি ই অ), যোৰহাট চক্ৰ।

Next Story