সঁজুলি যোগানৰ বাবে যোৰহাটস্থিত প্ৰতিৰক্ষা বাহিনীৰ ক্ষেত্ৰ বিষয়াৰ নিবিদা আহ্বান

সঁজুলি যোগানৰ বাবে যোৰহাটস্থিত প্ৰতিৰক্ষা বাহিনীৰ ক্ষেত্ৰ বিষয়াৰ  নিবিদা আহ্বান
Published on

ডি জি পি এছ আৰু জি পি এছসহ ই টি এছ যোগানৰ বাবে সক্ষম ফাৰ্ম/সংস্থা (যেতিয়াই প্ৰয়োজন হয় তেতিয়াই এনে সামগ্ৰীৰ ন্যূনতম দুটা ইউনিট যোগান ধৰিব পৰা)ৰ পৰা বন্ধ নিবিদা বিচৰা হৈছে ৷ এনে সামগ্ৰীৰ উপৰি অন্যান্য ব্যৱহৃত সঁজুলিৰ যোগানো বিচৰা হৈছে ৷

আগ্ৰহী নিবিদাকাৰীয়ে প্ৰতিৰক্ষা ক্ষেত্ৰ বিষয়া, যোৰহাট, ডাকঃ বৰভেটা, যোৰহাট-৭৮৫০০৫ এই ঠিকনাত অহা ২৪ছেপ্টেম্বৰৰ দুপৰীয়া ১২বজাৰ ভিতৰত নিবিদা জমা দিব পাৰে ৷

স্বাক্ষৰঃ প্ৰতিৰক্ষা ক্ষেত্ৰ বিষয়া ( ডি ই অ), যোৰহাট চক্ৰ। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com