ছ'চিয়েল মিডিয়া ফাৰ্ম নিয়োগৰ বাবে কামৰূপৰ উপায়ুক্তৰ নিবিদা আহ্বান

ছ'চিয়েল মিডিয়া ফাৰ্ম নিয়োগৰ বাবে কামৰূপৰ উপায়ুক্তৰ নিবিদা আহ্বান
Published on
  1. প জিলাত অৰুণোদয় আঁচনি সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ছচিয়েল মিডিয়া ফাৰ্ম নিয়োজিতকৰণৰ বাবে জিলা উপায়ুক্তই  ছচিয়েল মিডিয়া ফাৰ্মৰ পৰা নিবিদা আহ্বান কৰিছে।

আমিনগাঁওস্থিত জিলা উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ পৰা সবিশেষ তথ্য সংগ্ৰহ কৰিব পাৰিব।

নিবিদা অহা ২৫ ছেপ্টেম্বৰৰ বিয়লি ৩ বজাৰ ভিতৰত জমা দিব লাগিব।  

স্বাক্ষৰঃ উপায়ুক্ত, কামৰূপ , আমিনগাওএ। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com