Top
Begin typing your search above and press return to search.

অসম আৰক্ষীৰ নিবিদা জাননী বাতিল

অসম আৰক্ষীৰ নিবিদা জাননী বাতিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2020 3:49 PM GMT




নিবিদা বাতিল জাননী

যোৱা ৩১-০৮-২০২০তাৰিখৰ S/V-691/2018-19/APSSMCentre/64 নম্বৰৰ নিবিদা আহ্বান জাননীখন কাৰিকৰী কাৰণত বাতিল কৰা হৈছে। এই নিবিদাৰ জৰিয়তে ছ'চিয়েল মিডিয়া প্লেটফ'ৰ্ম পৰিচালনাকাৰী বিচৰা হৈছিল।

স্বাক্ষৰঃ

আৰক্ষী উপ-মহাপৰিদৰ্শক (এম চি পি), অসম,গুৱাহাটী।

Next Story