নিবিদা বাতিল জাননী
যোৱা ৩১-০৮-২০২০তাৰিখৰ S/V-691/2018-19/APSSMCentre/64 নম্বৰৰ নিবিদা আহ্বান জাননীখন কাৰিকৰী কাৰণত বাতিল কৰা হৈছে। এই নিবিদাৰ জৰিয়তে ছ'চিয়েল মিডিয়া প্লেটফ'ৰ্ম পৰিচালনাকাৰী বিচৰা হৈছিল।
স্বাক্ষৰঃ
আৰক্ষী উপ-মহাপৰিদৰ্শক (এম চি পি), অসম,গুৱাহাটী।