Begin typing your search above and press return to search.

ধুবুৰী পৌৰসভাৰ এখন নিবিদা জাননী বাতিল

ধুবুৰী পৌৰসভাৰ এখন নিবিদা জাননী বাতিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Sep 2020 2:50 PM GMT

সংশ্লিষ্ট সকলোকে জনোৱা যায় যে ধুবুৰী পৌৰসভাই পূৰ্বে নিবিদা বিচাৰি আহ্বান জনোৱা এন আই টি নম্বৰঃ ডি এম/পি ডব্লিউ ডি/১৪ এফ চি/২০২০-২০২১নম্বৰৰ নিবিদা জাননীখন (২৭ আগষ্ট ২০২০ তাৰিখৰ) এৰাব নোৱৰা কাৰণবশতঃ বাতিল কৰা হৈছে ৷

নিবিদা গ্ৰহণৰ নতুন তাৰিখ হৈছে ১৮ছেপ্টেম্বৰ, ২০২০ ৷

নিবিদাৰ সবিশেষ www.dhubrimb.org.in-ত পাব ৷

স্বাক্ষৰঃ কাৰ্যবাহী বিষয়া, ধুবুৰী পৌৰসভা

Next Story