ধুবুৰী পৌৰসভাৰ এখন নিবিদা জাননী বাতিল

ধুবুৰী পৌৰসভাৰ এখন নিবিদা জাননী বাতিল

সংশ্লিষ্ট সকলোকে জনোৱা যায় যে ধুবুৰী পৌৰসভাই পূৰ্বে নিবিদা বিচাৰি আহ্বান জনোৱা এন আই টি নম্বৰঃ ডি এম/পি ডব্লিউ ডি/১৪ এফ চি/২০২০-২০২১নম্বৰৰ নিবিদা জাননীখন (২৭ আগষ্ট ২০২০ তাৰিখৰ) এৰাব নোৱৰা কাৰণবশতঃ বাতিল কৰা হৈছে ৷

নিবিদা গ্ৰহণৰ নতুন তাৰিখ হৈছে ১৮ছেপ্টেম্বৰ, ২০২০ ৷

নিবিদাৰ সবিশেষ www.dhubrimb.org.in-ত পাব ৷

স্বাক্ষৰঃ কাৰ্যবাহী বিষয়া, ধুবুৰী পৌৰসভা 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com