Begin typing your search above and press return to search.

কৃষি সঁজুলি যোগানৰ বাবে কৃষি সঞ্চালকালয়ৰ নিবিদা আহ্বান

কৃষি সঁজুলি যোগানৰ বাবে কৃষি সঞ্চালকালয়ৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Aug 2020 2:28 PM GMT

ৰাজ্যৰ কৃষি সঞ্চালকালয়ে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনা(CMSGUY)-ৰ অধীনত কৃষি সঁজুলি (combine harvester)যোগানৰ বাবে নিবিদা বিচাৰিছে। এই নিবিদা combine harvester উত্পাদন কৰা কোম্পানীৰ পৰা বিচৰা হৈছে।ইয়াৰ সবিশেষ http://farmmech.gov.in/LOE.htm-ত পাব।

এই নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে বৈধ Digital Signature Certificate (DSC)থকা সকলে e-Procurement portal: https://assamtenders.gov.in-ত পঞ্জীয়ন কৰাব লাগিব। উক্ত পৰ্টেলত ২৬-০৮-২০২০ৰ পুৱা ১০ বজাৰ পৰা ১৬-০৯-২০২০ৰ দিনৰ ১ বজালৈ নিবিদা নথি উপলব্ধ হব। অনলাইনৰ জৰিয়তে নিবিদা জমা দিয়াৰ সুবিধা ০৭-০৯-২০২০ৰ পুৱা ১০ বজাৰ পৰা মুকলি হব আৰু ১৬-০৯-২০২০-ত অন্ত পৰিব। নিবিদা নথি জমা দিয়াৰ বাবে কোনো পলম হলে বা কোনো ভুল হলে কৰ্তৃপক্ষ জগৰীয়া নহব।

স্বাক্ষৰঃ কৃষি সঞ্চালক, অসম

খানাপাৰা-২২।

Next Story