বৰফৰ বাকচৰ সৈতে চাইকেল যোগানৰ বাবে মীন সঞ্চালকৰ নিবিদা আহ্বান

বৰফৰ বাকচৰ সৈতে চাইকেল যোগানৰ বাবে মীন সঞ্চালকৰ নিবিদা আহ্বান

                                                                                                                প্ৰেছ জাননী

অসমৰ মীন সঞ্চালকে নিম্নোক্ত সামগ্ৰী যোগানৰ বাবে উত্পাদক/ স্বীকৃতিপ্ৰাপ্ত ডীলাৰ/পঞ্জীয়নকৃত ফাৰ্মৰ পৰা ৮.২৫ টকাৰ আদালতৰ মাচুলৰ মোহৰ লগোৱা (অ-প্ৰত্যৰ্পিত) বন্ধ নিবিদা আহ্বান কৰিছে।

নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত নিবিদা ১৬ অক্টোবৰ, ২০২০ৰ দিনৰ ২ বজালৈকে জমা দিব পাৰিব। নিবিদা একেদিনাই ২-৩০ বজাত মুকলি কৰা হব। নিবিদা মুকলিৰ সময়ত নিবিদাকাৰী বা তেওঁলোকৰ কৰ্তৃত্বশীল প্ৰতিনিধি উপস্থিত থাকিব পাৰিব। কাম সম্পূৰ্ণ কৰাৰ নিৰ্ধাৰিত সময় ২(দুই)মাহ।

ইচ্ছ্যুক নিবিদাকাৰীয়ে https://fisheriesdirector.assam.gov.in-ত নিবিদাৰ সবিশেষ চাব পাৰে আৰু ইয়াৰ পৰা নিবিদা নথি ডাউনলোড কৰিব পাৰে। নিবিদা নথি অহা ১৬ অক্টোবৰৰ দিনৰ ২ বজালৈকে উক্ত ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব

কামৰ বিৱৰণঃ ফিছপেডৰ সদস্য সমাজসমূহক আইচ বক্সৰ সৈতে চাইকেল যোগান

(পৰিমাণ)ঃ ৩০০।

আনুমাণিক মূল্যঃ ১৮,০০০০০টকা।

আমানতৰ ধনঃ সাধাৰণ শ্ৰেণীৰ বাবে ৩৬ হেজাৰ টকা আৰু এছ চি-এছ টি-অ বি চি-এম অ বি চিৰ বাবে ১৮ হেজাৰ টকা।

নিবিদা নথিৰ মূল্যঃ ৫৪০টকা। 

স্বাক্ষৰঃ

মীন সঞ্চালক, অসম, গুৱাহাটী। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com