সামগ্ৰী যোগানৰ বাবে ফৰেনছিক সঞ্চালকালয়ৰ নিবিদা আহ্বান

সামগ্ৰী যোগানৰ বাবে ফৰেনছিক সঞ্চালকালয়ৰ নিবিদা আহ্বান
Published on

                                                  সংক্ষিপ্ত নিবিদা জাননী

গুৱাহাটীৰ কাহিলীপাৰস্থিত ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ত ৰেফ্ৰিজাৰেটৰ আৰু ইনষ্ট্ৰুমেণ্ট ৰুম কণ্ডিচনাৰ যোগানৰ বাবে জি এছ টি পঞ্জীয়নকৃত আৰু গুৱাহাটীস্থিত কৰ্তৃত্বপ্ৰাপ্ত ডীলাৰ/বিতৰক/সামগ্ৰী যোগানকাৰীৰ পৰা বন্ধ নিবিদা আহ্বান কৰা হৈছে ৷ নিবিদাত ৪.২৫টকাৰ আদালতৰ মাচুল লগাব লাগিব।

নিবিদাৰ সবিশেষ তথ্য  forensic.assam.gov.in ৰ পৰা ডাউনল'ড কৰিব পাৰিব। বন্ধ নিবিদা ডাকযোগেও নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰিব। নিবিদা গ্ৰহণৰ শেষ তাৰিখ আৰু সময় হৈছেঃ অহা ১৮ছেপ্টেম্বৰৰ দিনৰ ২ বজা ৷

কোনো কাৰণ প্ৰদৰ্শন নকৰাকৈ নিম্নোক্ত স্বাক্ষৰকাৰীৰ কোনো নিবিদা বাতিলৰ অধিকাৰ আছে ৷

স্বাক্ষৰঃ

সঞ্চালক,

ফৰেনছিক বিজ্ঞান সঞ্চালকালয়, অসম,

কাহিলীপাৰা, গুৱাহাটী-১৯৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com