Begin typing your search above and press return to search.

সামগ্ৰী যোগানৰ বাবে ফৰেনছিক সঞ্চালকালয়ৰ নিবিদা আহ্বান

সামগ্ৰী যোগানৰ বাবে ফৰেনছিক সঞ্চালকালয়ৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-09-10T16:22:52+05:30


সংক্ষিপ্ত নিবিদা জাননী

গুৱাহাটীৰ কাহিলীপাৰস্থিত ফৰেনছিক বিজ্ঞান সঞ্চালকালয়ত ৰেফ্ৰিজাৰেটৰ আৰু ইনষ্ট্ৰুমেণ্ট ৰুম কণ্ডিচনাৰ যোগানৰ বাবে জি এছ টি পঞ্জীয়নকৃত আৰু গুৱাহাটীস্থিত কৰ্তৃত্বপ্ৰাপ্ত ডীলাৰ/বিতৰক/সামগ্ৰী যোগানকাৰীৰ পৰা বন্ধ নিবিদা আহ্বান কৰা হৈছে ৷ নিবিদাত ৪.২৫টকাৰ আদালতৰ মাচুল লগাব লাগিব।

নিবিদাৰ সবিশেষ তথ্য forensic.assam.gov.in ৰ পৰা ডাউনল'ড কৰিব পাৰিব। বন্ধ নিবিদা ডাকযোগেও নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰিব। নিবিদা গ্ৰহণৰ শেষ তাৰিখ আৰু সময় হৈছেঃ অহা ১৮ছেপ্টেম্বৰৰ দিনৰ ২ বজা ৷

কোনো কাৰণ প্ৰদৰ্শন নকৰাকৈ নিম্নোক্ত স্বাক্ষৰকাৰীৰ কোনো নিবিদা বাতিলৰ অধিকাৰ আছে ৷

স্বাক্ষৰঃ

সঞ্চালক,

ফৰেনছিক বিজ্ঞান সঞ্চালকালয়, অসম,

কাহিলীপাৰা, গুৱাহাটী-১৯৷

Next Story