ৱৰ্ক-শ্বেড নিৰ্মাণৰ বাবে ডুবাপাৰা পাটশিল্প সমবায় সমিতিৰ নিবিদা আহ্বান

ৱৰ্ক-শ্বেড নিৰ্মাণৰ বাবে ডুবাপাৰা পাটশিল্প সমবায় সমিতিৰ নিবিদা আহ্বান

অসমৰ গোৱালপাৰা জিলাৰ ডুবাপাৰা শিতলপতী মণ্ডলত নিম্নোক্ত কামৰ বাবে ডুবাপৰা পাট-শিল্প প্ৰতিষ্ঠান সমবায় সমিতি লিমিটেডে গড়কাপ্টানী/কেন্দ্ৰীয় গড়কাপ্টানী বা আন কোনো চৰকাৰী সংস্থাৰ পঞ্জীয়নকৃত ঠিকাদাৰ ( প্ৰথম শ্ৰেণী- চি আৰু ইয়াৰ ওপৰলৈ)-ৰ পৰা বন্ধ নিবিদা আহ্বান কৰিছে।

কামৰ বিৱৰণঃ ২টা ৱৰ্ক-শ্বেড নিৰ্মাণ।

আনুমাণিক ব্যয়ঃ ১০,০০,০০০টকা।

আমানত ধন( প্ৰত্যৰ্পিত)ঃ সাধাৰণ শ্ৰেণীৰ বাবে ২০ হেজাৰ টকা আৰু এছ চি-এছ টিৰ বাবে ১০ হেজাৰ টকা।

নিবিদা নথি ক্ৰয়ঃ

এই বিজ্ঞাপন প্ৰকাশ ২১ দিনৰ ভিতৰত নিবিদাকাৰীয়ে বন্ধ নিবিদা গুৱাহাটীৰ লালমাটিৰ গেমছ ভিলেজৰ ওচৰৰ আই আই ই-ত জমা দিব পাৰিব।

নিবিদা জমা দিয়াৰ সময়ত ১৫০০ টকা( অ-প্ৰত্যৰ্পিত) ডিমাণ্ড ড্ৰাফটযোগে জমা দিব লাগিব। ডিমাণ্ড ড্ৰাফট গোৱালপাৰাত ভঙাব পৰাকৈ ডুবাপাৰা শীতলপতি ক্ৰাফট ক্লাষ্টাৰৰ হকে কাটিব লাগিব।

নিবিদা জমা দিয়াৰ শেষ তাৰিখ আৰু সময়ঃ ১৫-১০-২০২০ৰ দিনৰ ১২বজা।

নিবিদা মুকলিৰ তাৰিখ আৰু সময়ঃ ১৫-১০-২০২০ৰ দিনৰ ৩ বজা।

বিশদ নিবিদা নথি ৱেবছাইট: www.iietraining.org-ৰ পৰা ডাউনলোড কৰিব পাৰে।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com