শিল্প-নিৰ্ভৰ যন্ত্ৰ-সামগ্ৰী যোগানৰ বাবে ডুবাপাৰা পাটশিল্প সমিতিৰ নিবিদা আহ্বান

শিল্প-নিৰ্ভৰ যন্ত্ৰ-সামগ্ৰী যোগানৰ বাবে ডুবাপাৰা পাটশিল্প সমিতিৰ নিবিদা আহ্বান
Published on

অসমৰ গোৱালপাৰা জিলাৰ ডুবাপাৰা শীতলপতি ক্লাষ্টাৰত শিল্প-নিৰ্ভৰ যন্ত্ৰ-সঁজুলি আৰু আহিলা যোগান, আদায়, সমবেতকৰণ আৰু স্থাপনৰ বাবে অৰ্হতাসম্পন্ন আৰু অভিজ্ঞতা থকা যোগানদাতা বা বিতৰকৰ পৰা অনুমোদিত পত্ৰত বন্ধ নিবিদা বিচৰা হৈছে। নিবিদাত ৮.২৫ টকাৰ আদালতৰ মাচুলৰ মোহৰ লগাব লাগিব।

কামৰ আনুমানিক মূল্যঃ ১৪,০০,০০০টকা।

আমানতৰ ধনঃ সাধাৰণ শ্ৰেণীৰ বাবে ২৮,০০০টকা আৰু এছ চি-এছ টিৰ বাবে ১৪হেজাৰ টকা।

নিবিদা জমা দিয়াৰ শেষ তাৰিখ আৰু সময়ঃ ১৫-১০-২০২০-ৰ দিনৰ ১২বজা।

নিবিদা মুকলিৰ তাৰিখ আৰু সময়ঃ ১৫-১০-২০২০-ৰ বিয়লি ৩ বজা।

নিবিদা নথি http://iietraining.org-ৰ পৰা ডাউনলোড কৰিব পাৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com