বিভিন্ন ছিগনেলিং কামৰ বাবে পূব-মধ্য ৰেলৱেৰ নিবিদা আহ্বান

পূব মধ্য ৰেলৱেই বিভিন্ন ছিগনেলিং কামৰ বাবে মুক্ত ই-নিবিদা আহ্বান কৰিছে ৷
বিভিন্ন ছিগনেলিং কামৰ বাবে পূব-মধ্য ৰেলৱেৰ নিবিদা আহ্বান

নিবিদা জাননী নম্বৰঃ এছ এণ্ড টি/এছ ই ই/অ' টি/২০-২১/১০, তাৰিখঃ ১০-০৯-২০২০৷

ভাৰতৰ ৰাষ্ট্ৰপতিৰ হৈ এছ ই ইৰ ডি আৰ এম(ছিগনেল আৰু টেলিকম)-এ নিম্নোক্ত কামৰ বাবে মুক্ত ই-নিবিদা আহ্বান কৰিছে ৷

অনলাইন ই-টেণ্ডাৰিঙৰ শেষ তাৰিখঃ ০৭-১০-২০২০ৰ ১২বজালৈ ৷

এই সম্পৰ্কীয় তথ্য আৰু ই-টেণ্ডাৰ www.ireps.gov.in-ত পাব ৷

ই-টেণ্ডাৰ নম্বৰঃ .S&T/SEE/0T/20-21/10 ৷

কামৰ নামঃ সোণপুৰ মণ্ডলৰ সুকীয়া সুকীয়া ষ্টেচনত ছুইচ আৰু ক্ৰচিং পুনৰ নবীকৰণ আৰু গ্লুড জইণ্ট পুনৰ নবীকৰণৰ জৰিয়তে চি আৰ আৰ(এছ), চি আৰ আৰ (পি), টি আৰ আৰ(চি এচ+চি এম এছ চি), চি টি আৰ/এচ, টি আৰ আৰ/ এচ), টি আৰ আৰ(পি), টি ডব্লিউ আৰ, টি টি আৰ( টি ডব্লিউ এছ)ৰ সৈতে সম্পৰ্কিত ছিগনেলিঙৰ কাম ৷

আনুমাণিক ব্যয়ঃ ১, ৩৬, ৭৭, ৮২১.৪৮টকা ৷

আমানতৰ ধনঃ ২, ১৮, ৪০০টকা ৷

নিবিদা নথিৰ মূল্যঃ ৫, ০০০টকা (অ-প্ৰত্যৰ্পিত)৷ কাম সম্পূৰ্ণ কৰাৰ সময়ঃ এল অ' এ অনুমোদনৰ পৰা ০৬মাহ।

উপৰোক্ত নিবিদা www.ireps.gov.in-ত পাব ৷

নিবিদা নথি আপল'ড কৰাৰ তাৰিখঃ ১০-০৯-২০২০৷

নিবিদাৰ সৈতে ৰেলৱেৰ অধিকাৰঃ কোনো প্ৰদৰ্শন নকৰাকৈ ৰেল কৰ্তৃপক্ষৰ এই নিবিদাত সংশোধন ঘটোৱা বা কোনো নিবিদা বা সকলো নিবিদা নাকচৰ অধিকাৰ আছে।

স্বাক্ষৰঃ মাণ্ডলিক ছিগনেল আৰু টেলিকম অভিযন্তা/ই চি আৰ/সোণপুৰ ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com