Top
Begin typing your search above and press return to search.

বৰপেটা মেডিকেল কলেজৰ নিবিদা জাননী নাকচ

বৰপেটা মেডিকেল কলেজৰ নিবিদা জাননী নাকচ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Sep 2020 3:03 PM GMT




(ই-নিবিদা) নাকচ জাননী

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালৰ জৈৱ ৰসায়ন বিভাগত পৰীক্ষাগাৰ বিকাৰক/কেমিকেল আৰু দ্ৰুততৰে ব্যৱহাৰ কিৰব পৰা সামগ্ৰী যোগানৰ বাবে www.assamtenders.gov.in-ত প্ৰকাশিত FAAMCH/TEND_LAB (CHEM & REAGENTS)/1577/2020/1941 তাৰিখ. ৩১-০৮-২০২০ নম্বৰৰ নিবিদা জাননীখন ইয়াৰ দ্বাৰা বাতিল কৰা হৈছে।এই নিবিদা জাননী বাতিলৰ কাৰণ হৈছে বি অ' কিউ-ত দেখা দিয়া কাৰিকৰী আঁসোৱাহ।


স্বাক্ষৰঃ

অধীক্ষক, বৰপেটা এফ এ এ মেডিকেল কলেজ হাস্পতাল, বৰপেটা, অসম।

Next Story