বৰপেটা মেডিকেল কলেজৰ নিবিদা জাননী নাকচ

বৰপেটা মেডিকেল কলেজৰ নিবিদা জাননী নাকচ

                                                                                               (ই-নিবিদা) নাকচ জাননী

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতালৰ জৈৱ ৰসায়ন বিভাগত পৰীক্ষাগাৰ বিকাৰক/কেমিকেল আৰু দ্ৰুততৰে ব্যৱহাৰ কিৰব পৰা সামগ্ৰী যোগানৰ বাবে www.assamtenders.gov.in-ত প্ৰকাশিত FAAMCH/TEND_LAB (CHEM & REAGENTS)/1577/2020/1941 তাৰিখ. ৩১-০৮-২০২০ নম্বৰৰ নিবিদা জাননীখন ইয়াৰ দ্বাৰা বাতিল কৰা হৈছে।এই নিবিদা জাননী বাতিলৰ কাৰণ হৈছে বি অ' কিউ-ত দেখা দিয়া কাৰিকৰী আঁসোৱাহ।

স্বাক্ষৰঃ

অধীক্ষক, বৰপেটা এফ এ এ মেডিকেল কলেজ হাস্পতাল, বৰপেটা, অসম। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com