পথ পৰিবহনৰ কামৰ বাবে এফ চি আইৰ নিবিদা আহ্বান

পথ পৰিবহনৰ কামৰ বাবে ভাৰতীয় খাদ্য নিগম(এফ চি আই)-ৰ গুৱাহাটীস্থিত অসম অঞ্চলৰ মহা প্ৰৱন্ধকে অন-লাইন নিবিদা আহ্বান কৰিছে।
পথ পৰিবহনৰ কামৰ বাবে এফ চি আইৰ নিবিদা আহ্বান
Published on: 

 এই কাম তদৰ্থ ভিত্তিত ছমাহৰ বাবে হব। অৱশ্যে কোনো কাৰণ প্ৰদৰ্শন নকৰাকৈ যিকোনো পৰ্যায়তে এফ চি আইয়ে এই কাম বন্ধ কৰিব পাৰিব। নিম্নোক্ত পথত এই নিবিদাৰ কাম হবঃ

অৰুণাচল প্ৰদেশ চেণ্টাৰলৈঃ ১) এক্স ৰেলৱে ছাইডিং/এফ এছ ডি টংলা এফ এছ ডি ছেপ্পা(অৰুণাচল প্ৰদেশ), ২) এক্স ৰেলৱে ছাইডিং/এফ এছ ডি টংলা এফ এছ ডি টংলা টাৱাং(অৰুণাচল প্ৰদেশ)

নিবিদাৰ সবিশেষ www.fciweb.nic.in আৰু (2) https://eprocure.gov.in/eprocure/app-ত পাব। তদুপৰি এফ চি আইৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়তো পাব।

স্বাক্ষৰঃ সহকাৰী মহা প্ৰৱন্ধক(ঠিকা)। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com