আই এইচ চি ছেকচন আৰু কেমিকেল সামগ্ৰী যোগানৰ বাবে জি এম চি এইচৰ নিবিদা আহ্বান

আই এইচ চি ছেকচন আৰু কেমিকেল সামগ্ৰী যোগানৰ বাবে জি এম চি এইচৰ নিবিদা আহ্বান
Published on

                                                                                    ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক নিলাম

অসমৰ স্বাস্থ্য বিভাগৰ অধীনৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পেথোলজী আৰু চি এম এছ বিভাগত আই এইচ চি চেকচন আৰু ৰাসায়নিক সামগ্ৰী যোগানৰ বাবে আগ্ৰহী যোগানদাতা, উত্পাদক আৰু প্ৰত্যায়িত ডিলাৰৰ পৰা বন্ধ নিবিদা আহ্বান কৰা হৈছে। নিবিদা দুটা ভাগৰ ক্ৰমে কাৰিকৰী আৰু মূল্য নিবিদা হব। নিবিদাত ৮.২৫ টকাৰ আদালতৰ মাচুলৰ মোহৰ লগাব লাগিব। অথবা ১০টকাৰ আই পি অ' কাটি গাঁথি দিব লাগিব।

অন্যান্য সকলো তথ্য আৰু নিবিদা নথি www.gmchassam.gov.in উপলব্ধ হৈছে আৰু ২৯-০৯-২০২০ৰ পৰা চাব পাৰিব। ইয়াৰ বাবদ ৫০০ টকা (অ-প্ৰত্যৰ্পিত) ডিমাণ্ড ড্ৰাফটযোগে জমা দিব লাগিব। ডিমাণ্ড ড্ৰাফট গুৱাহাটী মেডিকেল কলেজৰ অধ্যক্ষ তথা এইচ এম এছৰ সদস্য সচিবৰ হকে কাটিব লাগিব।

স্বাক্ষৰঃ

অধীক্ষক তথা সদস্য সচিব, এইচ এম এছ, গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, গুৱাহাটী-৩২।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com