জি এম চি এইচৰ নিবিদা জাননী নাকচ

জি এম চি এইচৰ নিবিদা জাননী নাকচ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত (১) অ-সূচীভুক্ত প-পত্ৰ যোগানৰ বাবে MCH/HMS/Store/2020/227/14A , তাৰিখ ১৮-০২-২০২০ নম্বৰৰ জাননীযোগে আৰু

২) অ-সূচীভুক্ত প-পত্ৰ আৰু ন'ন-অ'ভেন বেগ যোগানৰ বাবে(২) MCH/HMS/Store/2020/228/6. dtd. তাৰিখ ১৩-০২-২০০২ নম্বৰৰযোগে ই-টেণ্ডাৰ বিচাৰি জাৰি কৰা নিবিদা জাননী দুখন বাতিল কৰা বুলি বিবেচনা কৰিব পাৰে ৷ এই নিবিদা জাননী দুখন ১৫-০২-২০২০আৰু ২০-০২-২০২০-ত বাতৰি কাকতত প্ৰকাশ পাইছিল ৷

নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত ৰচিদ জমা দি নিবিদা নথিৰ মূল্য আৰু আমানত ধন উভতাই নিব পাৰিব ৷ এই সিদ্ধান্ত জি এম চি এইচৰ এইচ এম এছৰ কাৰ্যবাহী সিদ্ধান্ত মৰ্মে লোৱা হৈছে ৷

স্বাক্ষৰঃ

অধীক্ষক তথা সদস্য সচিব, এইচ এম এছ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, গুৱাহাটী-৩২ ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com