Top
Begin typing your search above and press return to search.

বিভিন্ন সামগ্ৰী যোগানৰ বাবে জি এম চি এইচৰ নিবিদা আহ্বান

বিভিন্ন সামগ্ৰী যোগানৰ বাবে জি এম চি এইচৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Sep 2020 2:51 PM GMT






সংক্ষিপ্ত নিবিদা জাননী

গুৱাহাটী মেডিকেল কলেজ হাস্পতালে মেডিচিন বিভাগত এটা আই চি এম আৰ প্ৰকল্পত কিট/ৰাসায়নিক সামগ্ৰী/ বিকাৰক/ গ্লাছৱেৰ আৰু প্লাষ্টিক ৱেৰ যোগানৰ বাবে পঞ্জীয়নকৃত নিবিদাকাৰীৰ পৰা বন্ধ নিবিদা বিচাৰিছে। নিবিদাত ৮.২৫ টকাৰ আদালতৰ মাচুলৰ মোহৰ লগাব লাগিব।

অহা ৩০ ছেপ্টেম্বৰৰ নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ৰ পৰা এই নিবিদাৰ কাৰিকৰী দিশৰ সবিশেষ তথ্য সংগ্ৰহ কৰিব পাৰিব।

নিবিদা জমা দিয়াৰ শেষ তাৰিথঃ ০৭ অক্টোবৰ , ২০২০।


স্বাক্ষৰঃ অধ্যাপক আৰু পি আই,

আই চি এম আৰ প্ৰকল্প, মেডিচিন বিভাগ

গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, গুৱাহাটী।

Next Story