বিভিন্ন সামগ্ৰী যোগানৰ বাবে জি এম চি এইচৰ নিবিদা আহ্বান

বিভিন্ন সামগ্ৰী যোগানৰ বাবে জি এম চি এইচৰ নিবিদা আহ্বান

                                                                                                       সংক্ষিপ্ত নিবিদা জাননী

গুৱাহাটী মেডিকেল কলেজ হাস্পতালে মেডিচিন বিভাগত এটা আই চি এম আৰ প্ৰকল্পত কিট/ৰাসায়নিক সামগ্ৰী/ বিকাৰক/ গ্লাছৱেৰ আৰু প্লাষ্টিক ৱেৰ যোগানৰ বাবে পঞ্জীয়নকৃত নিবিদাকাৰীৰ পৰা বন্ধ নিবিদা বিচাৰিছে। নিবিদাত ৮.২৫ টকাৰ আদালতৰ মাচুলৰ মোহৰ লগাব লাগিব।

অহা ৩০ ছেপ্টেম্বৰৰ নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ৰ পৰা এই নিবিদাৰ কাৰিকৰী দিশৰ সবিশেষ তথ্য সংগ্ৰহ কৰিব পাৰিব।

নিবিদা জমা দিয়াৰ শেষ তাৰিথঃ ০৭ অক্টোবৰ , ২০২০।

স্বাক্ষৰঃ অধ্যাপক আৰু পি আই,

আই চি এম আৰ প্ৰকল্প, মেডিচিন বিভাগ

গুৱাহাটী মেডিকেল কলেজ হাস্পতাল, গুৱাহাটী।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com