শিল-বালি মহলৰ ঠিকা/আৱণ্টনৰ বাবে গোলাঘাট বন সংমণ্ডল বিষয়াৰ নিবিদা আহ্বান

শিল-বালি মহলৰ ঠিকা/আৱণ্টনৰ বাবে গোলাঘাট বন সংমণ্ডল বিষয়াৰ নিবিদা আহ্বান

সংক্ষিপ্ত বিক্ৰী জাননী

অসম ক্ষুদ্ৰ খনিজ ৰেহাই বিধি,২০১৩ৰ ৩২, ৩৩, ৩৪, ৩৫, ৩৬ আৰু ৩৭বিধিৰ অধীনত নিম্নোক্ত স্বাক্ষৰকাৰীয়ে পঞ্জীয়নভুক্ত ফাৰ্ম/কোম্পানী/ছ'চাইটী/ব্যক্তিৰ পৰা নিম্নোক্ত মহলসমূহ ঠিকা/অনুমতি প্ৰদানৰ বাবে নিবিদা বিচাৰিছে ৷

বনাঞ্চলৰ নামঃ গোলাঘাট বনাঞ্চল

মহলৰ নামঃ বদৰঘাট শিল-বালি মহল (নং ১)

বদৰঘাট শিল-বালি মহল(২ নং)

বদৰঘাট শিল/বালি মহল(৩ নং)

বদৰঘাট শিল/বালি মহল (৪নং)

কানাইঘাট বালি মহল(নম্বৰ ১/২)

কানাইঘাট বালি মহল(নম্বৰ ১/১)৷

এই জাননী প্ৰকাশৰ এমাহৰ পাছত e-auctionৰ সবিশেষ mstcecommerce.com পাব ৷

স্বাক্ষৰঃ

মাণ্ডলিক বন বিষয়া

গোলাঘাট সংমণ্ডল

গোলাঘাট।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com