মডুলাৰ লেব'ৰেটৰী ফাৰ্ণিচাৰ যোগান-স্থাপনৰ বাবে নিবিদা আহ্বান

মডুলাৰ লেব'ৰেটৰী ফাৰ্ণিচাৰ যোগান-স্থাপনৰ বাবে নিবিদা আহ্বান

গুৱাহাটী বায়োটেক পাৰ্ক টেকনোলজী কমপ্লেক্স, গুৱাহাটীয়ে মডুলাৰ লেবৰেটৰী ফাৰ্ণিচাৰ যোগান আৰু স্থাপনৰ বাবে নিবিদা আহ্বান জাননী নম্বৰ GBP/8.1.2.1/2020-21/4541, তাৰিখঃ ১৫-০৯-২০২০ৰ বিপৰীতে দুটা নিবিদা ভাগত চাৰ্টিফাইড উত্পাদনকাৰী/ডীলাৰৰ পৰা মডুলাৰ লেবৰেটৰী ফাৰ্ণিচাৰ(ৱাল বেন্স)যোগান আৰু গুৱাহাটী বায়োটেক পাৰ্কত স্থাপনৰ বাবে বন্ধ নিবিদা আহ্বান কৰিছে।

সবিশেষ জানিবলৈ www.guwahatibiotechpark.com-ৰ Business/Tender Section-ত চাওক। যিকোনো সংশোধনী জি বি পিৰ ৱেবছাইটতহে কেৱল পাব।

স্বাক্ষৰঃ হেমেন দাস (আই এ এছ)

মুখ্য কাৰ্যবাহী বিষয়া 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com