Begin typing your search above and press return to search.

মডুলাৰ লেব'ৰেটৰী ফাৰ্ণিচাৰ যোগান-স্থাপনৰ বাবে নিবিদা আহ্বান

মডুলাৰ লেবৰেটৰী ফাৰ্ণিচাৰ যোগান-স্থাপনৰ বাবে নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-09-15T21:26:07+05:30

গুৱাহাটী বায়োটেক পাৰ্ক টেকনোলজী কমপ্লেক্স, গুৱাহাটীয়ে মডুলাৰ লেবৰেটৰী ফাৰ্ণিচাৰ যোগান আৰু স্থাপনৰ বাবে নিবিদা আহ্বান জাননী নম্বৰ GBP/8.1.2.1/2020-21/4541, তাৰিখঃ ১৫-০৯-২০২০ৰ বিপৰীতে দুটা নিবিদা ভাগত চাৰ্টিফাইড উত্পাদনকাৰী/ডীলাৰৰ পৰা মডুলাৰ লেবৰেটৰী ফাৰ্ণিচাৰ(ৱাল বেন্স)যোগান আৰু গুৱাহাটী বায়োটেক পাৰ্কত স্থাপনৰ বাবে বন্ধ নিবিদা আহ্বান কৰিছে।

সবিশেষ জানিবলৈ www.guwahatibiotechpark.com-ৰ Business/Tender Section-ত চাওক। যিকোনো সংশোধনী জি বি পিৰ ৱেবছাইটতহে কেৱল পাব।


স্বাক্ষৰঃ হেমেন দাস (আই এ এছ)

মুখ্য কাৰ্যবাহী বিষয়া

Next Story