Top
Begin typing your search above and press return to search.

আব্দুল কালাম কেন্দ্ৰ স্থাপনৰ বাবে আই আই এম শ্বিলঙৰ নিবিদা আহ্বান

আব্দুল কালাম কেন্দ্ৰ স্থাপনৰ বাবে আই আই এম শ্বিলঙৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Sep 2020 3:06 PM GMT

ই-নিবিদাৰ বাবে সংক্ষিপ্ত জাননী

আই আই এম শ্বিলঙত ইয়াৰ উমছাৱলীস্থিত স্থায়ী চৌহদত ডঃ এ পি জে আব্দুল কালাম চেণ্টাৰ ফৰ পলিচী ৰিচাৰ্ছ এণ্ড ইঞ্জিনীয়াৰিং ছাৰ্ভিচেছ স্থাপনৰ বাবে ডি পি আৰ আৰু স্থপতিৰ নক্সা আৰু অভিযান্ত্ৰিক সেৱা প্ৰস্ততত নিয়োজিতকৰণৰ উদ্দেশ্যে ই-নিবিদা বিচৰা হৈছে।

নিবিদা প্ৰসংগ নম্বৰঃ Engg/364/XXXI/2018-19/1168।

অনলাইন নিবিদা জমা দিয়াৰ শেষ তাৰিখ আৰু সময়ঃ ২৮-০৯-২০২০ৰ দিনৰ ২ বজা।

আনুমাণিক ব্যয়ঃ ২২.৫০ লাখ টকা।

অৰ্হতাকে ধৰি সবিশেষ তথ্যৰ বাবে CPPPৰ পৰ্টেল https://eprocure.gov.in/eprocure/app চাওক।





স্বাক্ষৰঃ

মুখ্য প্ৰশাসনিক বিষয়া।

আই আই এম, শ্বিলং।

Next Story