আব্দুল কালাম কেন্দ্ৰ স্থাপনৰ বাবে আই আই এম শ্বিলঙৰ নিবিদা আহ্বান

আব্দুল কালাম কেন্দ্ৰ স্থাপনৰ বাবে আই আই এম শ্বিলঙৰ নিবিদা আহ্বান

                                                                                            ই-নিবিদাৰ বাবে সংক্ষিপ্ত জাননী

আই আই এম শ্বিলঙত ইয়াৰ উমছাৱলীস্থিত স্থায়ী চৌহদত ডঃ এ পি জে আব্দুল কালাম চেণ্টাৰ ফৰ পলিচী ৰিচাৰ্ছ এণ্ড ইঞ্জিনীয়াৰিং ছাৰ্ভিচেছ স্থাপনৰ বাবে ডি পি আৰ আৰু স্থপতিৰ নক্সা আৰু অভিযান্ত্ৰিক সেৱা প্ৰস্ততত নিয়োজিতকৰণৰ উদ্দেশ্যে ই-নিবিদা বিচৰা হৈছে।

নিবিদা প্ৰসংগ নম্বৰঃ Engg/364/XXXI/2018-19/1168।

অনলাইন নিবিদা জমা দিয়াৰ শেষ তাৰিখ আৰু সময়ঃ ২৮-০৯-২০২০ৰ দিনৰ ২ বজা।

আনুমাণিক ব্যয়ঃ ২২.৫০ লাখ টকা।

অৰ্হতাকে ধৰি সবিশেষ তথ্যৰ বাবে CPPPৰ পৰ্টেল https://eprocure.gov.in/eprocure/app চাওক।

স্বাক্ষৰঃ

মুখ্য প্ৰশাসনিক বিষয়া।

আই আই এম, শ্বিলং।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com