নিৰ্মাণ কামৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ নিবিদা আহ্বান

নিৰ্মাণ কামৰ বাবে অসম ঔদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ নিবিদা আহ্বান
Published on: 

অসম ঔদ্যেগিক উন্নয়ন নিগম লিমিটেডে নিম্নোক্ত নিৰ্মাণ কামৰ বাবে চৰকাৰী পঞ্জীয়নভুক্ত. ভাল বিত্তীয় অৱস্থাৰ ঠিকাদাৰৰ পৰা নিবিদা বিচাৰিছে।

কামৰ নামঃ গোলাঘাটৰ দাবিদুবিত বাণিজ্য কেন্দ্ৰৰ প্ৰশাসনিক অট্টালিকাৰ নিৰ্মাণ, সুৰক্ষাৰক্ষীৰ বেৰেক নিৰ্মাণ, প্ৰৱেশদ্বাৰসহ সুৰক্ষা ছেদ নিৰ্মাণ, চাৰিসীমাৰ দেৱাল নিৰ্মাণ, ফেন্সিং আৰু মাটিৰ কাম।

কামৰ আনুমানিক মূল্যঃ ৪ কোটি ৪৬ লাখ ৭৬ হেজাৰ টকা।

নিবিদা নথি অসম চৰকাৰৰ ই-প্ৰকিউৰমেণ্ট পৰ্টেল www.assamtenders.gov.inত ২৯-০৮-২০২০ৰ পৰা পাব। অনলাইন নিবিদা নথি গ্ৰহণৰ শেষ তাৰিখ ১৪-০৯-২০২০।

স্বাক্ষৰঃ পৰিচালন সঞ্চালক।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com