যোৰহাট মেডিকেল কলেজৰ নিবিদাত সংযোজন

যোৰহাট মেডিকেল কলেজৰ নিবিদাত সংযোজন

যোৰহাট মেডিকেল কলেজ হাস্পতালৰ ০৪-০৯-২০২০ৰ SMEJ/JMCH/2426/2020/10548 নম্বৰৰ নিবিদা জাননীখনৰ জৰিয়তে যোগান বিচৰা চিকিত্সালয়ৰ সামগ্ৰী(ঔষধ, শৈল্য সামগ্ৰী, খাদ্য, চিকিত্সা সঁজুলি আৰু অন্যান্য সামগ্ৰী)-ৰ তালিকাত কেইবিধমান সামগ্ৰী সংযোজন কৰা হৈছে। ইয়াৰ সবিশেষ ১০-০৯-২০২০ৰ দুপৰীয়া ১২ বজাৰ পৰা www.jorhatmedicalcollege.in-ত চাব পাৰে। এই জাননীৰ দ্বাৰা নিবিদা গ্ৰহণৰ শেষ তাৰিখ অহা ১৫ ছেপ্টেম্বৰৰ ১২ বজালৈ বৃদ্ধি কৰা হৈছে।

স্বাক্ষৰঃ

অধীক্ষক, যোৰহাট মেডিকেল কলেজ হাস্পতাল।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com