সৌৰশক্তি/বিদ্যুত শক্তিচালিত টিউবৱেল স্থাপনৰ বাবে ক্ষুদ্ৰ জলসিঞ্চনৰ নিবিদা আহ্বান

সৌৰশক্তি/বিদ্যুত শক্তিচালিত টিউবৱেল স্থাপনৰ বাবে ক্ষুদ্ৰ জলসিঞ্চনৰ নিবিদা আহ্বান

অসমৰ ক্ষুদ্ৰ জলসিঞ্চনৰ মুখ্য অভিযন্তাই ৰাজ্যপালৰ হৈ নলবাৰী জিলাত সৌৰশক্তি/বিদ্যুত শক্তিচালিত টিউবৱেল স্তাপনৰ কামৰ বাবে অনলাইন নিবিদা বিচাৰিছে। তিনিটা পেকেজত হবলগা এই কামৰ মূল্য ৩০৮০.৪৯৪ লাখ টকা। এই কাম জলসি়্চন বিভাগৰ নলবাৰী সংমণ্ডলৰ অধীনত হব। ইয়াৰ সবিশেষ http://assamtenders.gov.in-ত আৰু নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত  ২৬-০৮-২০২০ৰ পৰা অহা ১৯ ছেপ্টেম্বৰৰ বিয়লি ২ বজালৈকে চাব পাৰে।

স্বাক্ষৰঃ মুখ্য অভিযন্তা, ক্ষুদ্ৰ জলসিঞ্চন, অসম, চান্দমাৰী,গুৱাহাটী-০৩। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com