কৰিমগঞ্জত সৌৰ-বিদ্যুত শক্তিচালিত টিউবৱেল স্থাপনৰ বাবে নিবিদা আহ্বান

কৰিমগঞ্জত সৌৰ-বিদ্যুত শক্তিচালিত টিউবৱেল স্থাপনৰ বাবে নিবিদা আহ্বান

কৰিমগঞ্জত সৌৰ/বিদ্যুত শক্তিচালিত টিউবৱেল স্থাপনৰ বাবে গুৱাহাটীৰ চান্দমাৰীস্থিত ক্ষুদ্ৰ জলসিঞ্চনৰ মুখ্য অভিযন্তাই নিবিদা আহ্বান কৰিছে । এই টিউবৱেল ২০২০-২১ত এই কাম কৰিব লাগিব। ইয়াৰ নিবিদা মূল্য ২৪৬৪.৭৫২ লাখ টকা। নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত অহা ২৩ ছেপ্টেম্বৰৰ দিনৰ ২ বজালৈকে নিবিদাৰ সবিশেষ পাব। তদুপৰি http://assamtenders.gov.inতো ইয়াৰ সবিশেষ পাব।

স্বাক্ষৰঃ মুখ্য অভিযন্তা, ক্ষুদ্ৰ জলসিঞ্চন

চান্দমাৰী, গুৱাহাটী।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com