জি আই এছ নিৰ্ভৰ মানচিত্ৰৰ প্ৰস্তুতৰ নিবিদা গ্ৰহণৰ শেষ তাৰিখ বৃদ্ধি

জি আই এছ নিৰ্ভৰ মানচিত্ৰৰ প্ৰস্তুতৰ নিবিদা গ্ৰহণৰ শেষ তাৰিখ বৃদ্ধি
Published on: 

গুৱাহাটী পৌৰ নিগমে কামৰূপ মহানগৰ অঞ্চলত জি আই এছ নিৰ্ভৰ মানচিত্ৰৰ প্ৰস্তুতৰ বাবে আৰ পি এফ জমা দিয়াৰ বাবে আহ্বান জনোৱা নিবিদা (নম্বৰঃ GCS/NURM/351/14/3238 , তাৰিখঃ 21/08/2020) গ্ৰহণৰ অন্তিম দিন ১০-০৯-২০২০লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ অন্যান্য চৰ্ত আৰু অৰ্হতাৱলী একে থাকিব।

স্বাক্ষৰঃ আয়ুক্ত, গুৱাহাটী পৌৰ নিগম, পাণবজাৰ, গুৱাহাটী-০১। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com