নিবিদা
নিবিদা গ্ৰহণৰ অন্তিম তাৰিখ বৃদ্ধি ফাৰ্মাচী শিক্ষা-গৱেষণা প্ৰতিষ্ঠানৰ
ৰাষ্ট্ৰীয় ফাৰ্মাচী শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটীয়ে গাড়ী ভাড়াত দিয়াৰ বাবে আহ্বান জনোৱা নিবিদাখন গ্ৰহণৰ অন্তিম তাৰিখ বৃদ্ধি কৰিছে।
দিন বৃদ্ধিৰ জাননী
বিষয়ঃ
নিবিদা নম্বৰঃ NIPER/GHY/Vehicle/107/18-19/(ll), তাৰিখঃ ২৪-০৮-২০২০।
সবিশেষঃ মাহিলী ভাড়াৰ ভিত্তিত এখন ইনভা আৰু দুখন স্কৰপিঅ গাড়ী য়োগানৰ বাবে নিবিদা।
এই নিবিদা গ্ৰহণৰ অন্তিম তাৰিখ আৰু সময় ১৭ ছেপ্টেম্বৰৰ পুৱা ১১ বজালৈ বৃদ্ধি কৰা হৈছে। সবিশেষ জানিবলৈ www.niperguwahati.ac.in চাওক।
স্বাক্ষৰঃ পঞ্জীয়ক।