নেৰিষ্ট, নীৰজুলিত সামগ্ৰী সংগ্ৰহৰ বাবে নিবিদা আহ্বান

নেৰিষ্ট, নীৰজুলিত সামগ্ৰী সংগ্ৰহৰ বাবে নিবিদা আহ্বান

                                                                                                                নিবিদা জাননী

ই টি চেলৰ নানা ধৰণৰ সামগ্ৰী যোগানৰ বাবে প্ৰতিষ্ঠিত উৎপাদনকাৰী, কৰ্তৃত্বশীল ডীলাৰৰ পৰা বন্ধ নিবিদা আহ্বান কৰা হৈছে।

ইয়াৰ সবিশেষৰ লগতে সামগ্ৰীৰ তালিকা আমাৰ ৱেবছাইট www.nerist.ac.in-ৰ পৰা ডাউনল'ড কৰিব পাৰিব ৷ ইয়াৰ বাবে ১৫শ টকাৰ নিবিদা মাচুল ডিমাণ্ড ড্ৰাফটযোগে জমা দিব লাগিব ৷ এই ডিমাণ্ড ড্ৰাফট সঞ্চালক, নেৰিষ্ট, নীৰাজুলীৰ হকে কাটিব লাগিব আৰু নেৰিষ্ট নীৰাজুলী শাখাৰ এছ বি আইত ভঙাব পৰা হ'ব লাগিব ৷

নিবিদা গ্ৰহণৰ শেষ তাৰিখ: ৩০-০৯-২০২০ৰ বিয়লি চাৰি বজা ৷ নিবিদা ০১-১০-২০২০-ৰ বিয়লি চাৰি বজাত মুকলি কৰা হ'ব ৷এই নেৰিষ্টৰ সঞ্চালকৰ কোনো প্ৰদৰ্শন নকৰাকৈ কোনো নিবিদা গ্ৰহণ আৰু কোনো নিবিদাৰ আংশিক বা সম্পূৰ্ণৰূপে নাকচৰ অধিকাৰ আছে ৷

স্বাক্ষৰঃ সহকাৰী পঞ্জীয়ক (এছ এণ্ড পি)।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com