অক্সিমিটাৰ যোগানৰ বাবে এন এইচ এম অসমৰ নিবিদা আহ্বান

ফিংগাৰ টিপ প্লাছ অক্সিমিটাৰ যোগানৰ বাবে ই-টেণ্ডাৰ জাননী (ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক নিবিদা)
অক্সিমিটাৰ যোগানৰ বাবে এন এইচ এম অসমৰ নিবিদা আহ্বান

দুটা নিবিদা ব্যৱস্থাত নিবিদা আহ্বান কৰা হৈছে ৷ নিবিদাত অ-প্ৰত্যৰ্পিত ৮.২৫টকাৰ আদালতৰ মাচুল ৰ মোহৰ লগাব লাগিব ৷ বা আই পি অ'যোগে অসম স্বাস্থ্য মিছনৰ হকে ১০টকা জমা দিব লাগিব ৷ এই নিবিদা উৎপাদনকাৰী বা কৰ্তৃত্বশীল ডীলাৰৰ পৰা বিচৰা হৈছে ৷ বিভিন্ন স্থানত ক'ৱিড ৰোগীৰ পৰীক্ষণ আৰু নিৰীক্ষণৰ বাবে এই ফিংগাৰ টিপ প্লাছ অক্সিমিটাৰৰ যোগান বিচৰা হৈছে ৷ সম্পূৰ্ণ নিবিদা নথি http://assamtenders.gov.xn--in--h5h/ পৰা সংগ্ৰহ কৰিব পাৰে ৷

নিবিদাত অংশগ্ৰহণকাৰীৰ বৈধ ডিজিটেল ছিগনেচাৰ চাৰ্টিফিকেট(ডি এচ চি) থাকিব লাগিব ৷ লগতে http://assamtenders.gov.xn--in--swh/ পঞ্জীয়ন থকা হ'ব লাগিব ৷

http://assamtenders.gov.xn--in--hth3b/ প'ৰ্টেলত অহা ১৭ ছেপ্টেম্বৰৰ দুপৰীয়া ২ বজালৈকে নিবিদা জমা দিব পাৰিব ৷

ই-টেণ্ডাৰ জাননী এন এইচ .এমৰ ৱেবছাইট www.nhm.assam.gov.inতো চাব পাৰে ৷

স্বাক্ষৰঃ মিচন সঞ্চালক

এন এইচ এম,অসম। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com