জনস্বাস্থ্য কাৰিকৰীৰ অনাময়ৰ নিবিদা আহ্বান

জনস্বাস্থ্য কাৰিকৰীৰ অনাময়ৰ নিবিদা আহ্বান

এছ বি এম-জিৰ মিছন সঞ্চালকালয়ত ডাটা এন্ট্ৰী অপাৰেটৰ নিয়োগৰ বাবে অৰ্হতাসম্পন্ন সংস্থা(প্লেচমেণ্ট এজেন্সী, কনছালটেন্সী ছাৰ্ভিচেছ)ৰ পৰা নিবিদা বিচৰা হৈছে।

অৱশিষ্ট-এত নিবিদা নথি পাব। নিবিদা ১৭-০৯-২০২০ৰ দিনৰ ২ বজালৈকে গ্ৰহণ কৰা হব।

নিবিদাৰ সবিশেষ www.phesanitation.assam.gov.in-ত পাব।

স্বাক্ষৰঃ মুখ্য অভিযন্তা, অনাময়।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com