সেতু নিৰ্মাণ অভিযানৰ অধীনৰ কামৰ বাবে গড়কাপ্টানী সীমান্তৰ নিবিদা আহ্বান

সেতু নিৰ্মাণ অভিযানৰ অধীনৰ কামৰ বাবে গড়কাপ্টানী সীমান্তৰ নিবিদা আহ্বান

নাবাৰ্ডৰ ২০১৯-২০-ত আৰ আই ডি এফ-এক্স এক্স ভিৰ অধীনৰ মহাবীৰ লাচিত-চিলাৰায় সেতু নিৰ্মাণ অভিযানৰ অধীনত অসমৰ হাফলং জনজাতি সমষ্টিত পথ আৰু দলং প্ৰকল্পৰ কামৰ বাবে অসমৰ ৰাজ্যপালৰ হৈ গড়কাপ্টানীৰ সীমান্ত (পথ)ৰ মুখ্য অভিযন্তাই নিবিদা আহ্বান কৰিছে ৷ নিবিদাৰ মুঠ মূল্য ৩১৮.৪৮৩লাখ টকা (প্ৰায়) ৷ সবিশেষ assamtenders.gov.in ত বা কাৰ্যালয় চলি থকাৰ সময়ত নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত পাব।

স্বাক্ষৰঃ মুখ্য অভিযন্তা, গড়কাপ্টানী সীমান্ত (পথ),

অসম, চান্দমাৰী, গুৱাহাটী-৩ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com