Begin typing your search above and press return to search.

সেতু নিৰ্মাণ অভিযানৰ অধীনৰ কামৰ বাবে গড়কাপ্টানী সীমান্তৰ নিবিদা আহ্বান

সেতু নিৰ্মাণ অভিযানৰ অধীনৰ কামৰ বাবে গড়কাপ্টানী সীমান্তৰ নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-09-10T16:26:57+05:30

নাবাৰ্ডৰ ২০১৯-২০-ত আৰ আই ডি এফ-এক্স এক্স ভিৰ অধীনৰ মহাবীৰ লাচিত-চিলাৰায় সেতু নিৰ্মাণ অভিযানৰ অধীনত অসমৰ হাফলং জনজাতি সমষ্টিত পথ আৰু দলং প্ৰকল্পৰ কামৰ বাবে অসমৰ ৰাজ্যপালৰ হৈ গড়কাপ্টানীৰ সীমান্ত (পথ)ৰ মুখ্য অভিযন্তাই নিবিদা আহ্বান কৰিছে ৷ নিবিদাৰ মুঠ মূল্য ৩১৮.৪৮৩লাখ টকা (প্ৰায়) ৷ সবিশেষ assamtenders.gov.in ত বা কাৰ্যালয় চলি থকাৰ সময়ত নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত পাব।

স্বাক্ষৰঃ মুখ্য অভিযন্তা, গড়কাপ্টানী সীমান্ত (পথ),

অসম, চান্দমাৰী, গুৱাহাটী-৩ ৷

Next Story