Begin typing your search above and press return to search.

আমিনগাঁৱত অসম ন্যায়িক একাডেমী নিৰ্মাণৰ বাবে নিবিদা আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2020 3:42 PM GMT

প্ৰেছ জাননী

পূৰ্বৰ CE/REC/32/2019/3, তাৰিখঃ গুৱাহাটী, ১৩ মাৰ্চ, ২০২০ নম্বৰৰ নিবিদা প্ৰেছ জাননী বাতিল কৰি অসমৰ গড়কাপ্টানী বিভাগ(গৃহ)ৰ মুখ্য অভিযন্তাই ৰাজ্যপালৰ হৈ আমিনগাঁৱত অসম ন্যায়িক একাডেমী নিৰ্মাণৰ বাবে নতুনকৈ নিবিদা আহ্বান কৰিছে।

কামৰ মূল্যঃ ৫০,৮৪,০৩,৮৮০টকা ।

কাম সম্পূৰ্ণ কৰাৰ সময়ঃ নিবিদা মুকলি কৰাৰ পৰা ১৮০ দিন।

নিবিদাৰ সবিশেষ assamtenders.gov.in-ত চাব পাৰে।

স্বাক্ষৰঃ

মুখ্য অভিযন্তা, গড়কাপ্টানী বিভাগ (গৃহ), অসম

চান্দমাৰী, গুৱাহাটী-৩।

Next Story
চাকৰি