পথৰ নিৰ্মাণ-উন্নয়নৰ বাবে গড়কাপ্টানীৰ ডিব্ৰুগড় (পথ)ৰ নিবিদা আহ্বান

পথৰ নিৰ্মাণ-উন্নয়নৰ বাবে গড়কাপ্টানীৰ ডিব্ৰুগড় (পথ)ৰ নিবিদা আহ্বান

গড়কাপ্টানী বিভাগৰ  ডিব্ৰুগড়ৰ পথ চক্ৰৰ অধীক্ষক অভিযন্তাই অসমৰ ৰাজ্যপালৰ হৈ অসমৰ গড়কাপ্টানী বিভাগ(পথ)-ৰ অনুমোদিত আৰু সক্ষম পঞ্জীয়নভুক্ত ঠিকাদাৰৰ পৰা নিম্নোক্ত কামৰ বাবে বন্ধ নিবিদা বিচাৰিছে ৷

কামঃ ২০১৯-২০-ত এছ অ' পি ডি-জিৰ অধীনত ডিব্ৰুগড় জিলাৰ চাবুৱা, দুলীয়াজান আৰু নাহৰকটীয়াত এটা পথৰ নিৰ্মাণ।

কামৰ মূল্যঃ ১৪৯.৫৯লাখ টকা (আনুমাণিক)৷

সবিশেষ তথ্য https://assamtenders.gov.xn--in--swh/ চাব পাৰে ৷ তদুপৰি নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়তো কাৰ্যালয় চলি থকাৰ সময়ত চাব পাৰে ৷

স্বাক্ষৰঃ অধীক্ষক অভিযন্তা৷ গড়কাপ্টানী বিভাগ ৷

ডিব্ৰুগড় পথ চক্ৰ, ডিব্ৰুগড় ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com