এ এম চি এইচৰ উন্নীতকৰণ আৰু ফেচ লিফটিঙৰ কামৰ বাবে নিবিদা আহ্বান

এ এম চি এইচৰ উন্নীতকৰণ আৰু ফেচ লিফটিঙৰ কামৰ বাবে নিবিদা আহ্বান

                                                                                                                প্ৰেছ টোকা

অসমৰ ৰাজ্যপালৰ হৈ গড়কাপ্টানী(গৃহ) বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ অতিৰিক্ত মুখ্য অভিযন্তা(বৈদ্যুতিক)-ই এছ অ' পি ডিৰ অধীনত এম চি এইচক ক'ৱিড-১৯ হাস্পতাললৈ ফেচ লিফটিং আৰু উন্নীতকৰণৰ কামৰ বাবে নিবিদা আহ্বান কৰিছে। ইয়াৰ নিবিদা মূল্য ১,৯৭,৬০,৩৭০টকা

(এক কোটি সাতানব্বৈ লাখ ষাঠি হেজাৰ তিনিশ সত্তৰ টকা)। (১৮০ দিনৰ ম্যাদসহ স্মক ডিটেকটৰ আৰু চিচি কেমেৰা ব্যৱস্থাৰ কাম, নাৰ্ছ কল ছিষ্টেম, এইচ ই পি এ, ফিল্টাৰ আদিৰ কামকে ধৰি এ এম চি এইচ ডিব্ৰুগড়ৰ ৭০খন বিছনাযুক্ত আই চি ইউৰ বৈদ্যুতিকৰণৰ কাম ।) নিবিদা পি ডব্লিউ ডিৰ পঞ্জীয়নভুক্ত ঠিকাদাৰ( প্ৰথম শ্ৰেণী ( এ আৰু বি)ৰ পৰা বিচৰা হৈছে। ইয়াৰ সবিশেষ assmtenders.gov.in-ত চাব পাৰে।

নিবিদাকাৰী অসম চৰকাৰৰ ই-টেণ্ডাৰিং http//assamtenders.gov.in-ত পঞ্জীয়নভুক্ত হব লাগিব।

সকলো চৰ্ত আৰু অৰ্হতাৱলী নিবিদা নথিত উল্লেখ থকা ধৰণেৰে হব।

এই প্ৰেছ জাননী নিবিদা নথিৰ অংশ হব।

স্বাক্ষৰঃ

অতিৰিক্ত মুখ্য অভিযন্তা, গড়কাপ্টানী বিভাগ ( বৈদ্যুতিক), অসম, চান্দমাৰী, গুৱাহাটী-৩। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com