গড়কাপ্টানী বিভাগৰ গুৱাহাটী গৃহ নিৰ্মাণ সংমণ্ডলৰ নিবিদা আহ্বান

গড়কাপ্টানী বিভাগৰ গুৱাহাটী গৃহ নিৰ্মাণ সংমণ্ডলৰ নিবিদা আহ্বান

                                                                                                                প্ৰেছ জাননী

গড়কাপ্টানী বিভাগৰ গুৱাহাটী গৃহ নিৰ্মাণ সংমণ্ডলৰ(২)ৰ কাৰ্যবাহী অভিযন্তাই অসমৰ ৰাজ্যপালৰ হৈ বামুণীমৈদামস্থিত পৰিত্যক্ত নাৰী আৰু অসহায় ব্যক্তিৰ গৃহৰ অধীক্ষকৰ কাৰ্যালয় গৃহ নিৰ্মাণৰ বাবে দুটা ভাগত নিবিদা আহ্বান কৰিছে। এই নিবিদা অসমৰ গড়কাপ্টানী বিভাগৰ পঞ্জীয়নভুক্ত প্ৰথম শ্ৰেণী (এ, বি , চি) আৰু দ্বিতীয় শ্ৰেণীৰ (গড়কাপ্টানী বিভাগৰ গুৱাহাটী চক্ৰ-২) ঠিকাদাৰৰ পৰা বিচৰা হৈছে।

নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত নিবিদাৰ সবিশেষ ২৭-০৯-২০২০লৈকে কাৰ্যালয় চলি থকাৰ সময়ত চাব পাৰে।

কামৰ আনুমানিক মূল্যঃ ৩৫,৭৭,৬৯৯.০০টকা। 

স্বাক্ষৰঃ

কাৰ্যবাহী অভিযন্তা, গড়কাপ্টানী বিভাগৰ গুৱাহাটী গৃহ নিৰ্মাণ সংমণ্ডল-২, দিছপুৰ, গুৱাহাটী-০৬।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com