ৰোড পাৰ্কিংস্থলৰ উন্নয়নৰ বাবে গড়কাপ্টানীৰ মৰিগাঁৱৰ নিবিদা আহ্বান

ৰোড পাৰ্কিংস্থলৰ উন্নয়নৰ বাবে গড়কাপ্টানীৰ মৰিগাঁৱৰ নিবিদা আহ্বান
Published on: 

গড়কাপ্টানী বিভাগৰ মৰিগাঁও জিলা টেৰিটৰিয়েল পথ সংমণ্ডলে অসমৰ ৰাজ্যপালৰ হৈ অসম গড়কাপ্টানী বিভাগৰ পঞ্জীয়নভুক্ত ঠিকাদাৰৰ পৰা আভ্যন্তৰীণ পাৰ্কিংস্থল আৰু নলা-নৰ্দমা উন্নীতকৰণ আৰু বাবে বন্ধ খামত নিবিদা বিচাৰিছে। এই কাম ২০১৯-২০ৰ অধীনত মৰিগাঁও নগৰৰ গীতাশ্ৰমত হ'ব ৷ইয়াৰ আনুমানিক মূল্য ২৮.৪৭লাখ টকা ৷

অহা ৪ ছেপ্টেম্বৰলৈকে নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ৰ কাৰিকৰী শাখাৰ পৰা নিবিদা নথি সংগ্ৰহ কৰিব পাৰিব ৷

স্বাক্ষৰঃ কাৰ্যবাহী অভিযন্তা, গড়কাপ্টানী বিভাগ,

মৰিগাঁও জিলা টেৰিটৰিয়েল ৰোড সংমণ্ডল, মৰিগাঁও ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com